কেন্দ্ৰ আৰু ৰাজ্যৰ ৫০:৫০ ব্যয় ৰাশিৰ অংশীদাৰিত্বৰে অনুসূচীত জাতি অধ্যুষিত অঞ্চলৰ সংহত বিকাশৰ বাবে ই এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি। অসম চৰকাৰে ২০০৯-১০ বৰ্ষত আৰম্ভ হোৱা নতুন আঁচনি- প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰামীণ যোজনাৰ অধীনত সম পৰিমাণৰ অংশ আগবঢ়াই ১০০ খন আদৰ্শ গাওঁ প্ৰতিষ্ঠাৰ আশা কৰিছে। ১০১০.০০ লাখ টকাৰ আবণ্টনেৰে আঁচনিখন নগাওঁ আৰু মৰিগাওঁ জিলাত অগ্ৰণী প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছে। ভূমি জৰীপ আৰু গাওঁ পৰিকল্পনাৰ প্ৰকল্প ইতিমধ্যে সম্পন্ন হৈছে। ১০১০.০০ লাখ টকাৰ ৰাজ্যিক অংশৰ প্ৰস্তাৱ ২০১১-১২ বৰ্ষৰ বাজেট প্ৰস্তাৱত অন্তৰ্ভূক্ত কৰা হৈছে।
২০১০-১১ ৰ পৰা ২০১১-১২ বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত আবণ্টিত ব্যয় আৰু সাফল্য এনেধৰণৰ-
ক্ৰ. নং. | বৰ্ষ | আবণ্টন | মুঠ | ব্যয় | সাফল্য(গাঁৱৰ সংখ্যা) | মন্তব্য | |
ৰাজ্যিক অংশ | কেন্দ্ৰীয় অংশ | ||||||
১ | ২০১০-১১ |
|
|
| - | - |
|
২ | ২০১১-১২ | ১০১০.০০ | ১০১০.০০ | ২০২০.০০ | - |
| ৰাজ্যিক অংশৰ ৯৯৯.৭০ লাখ টকাৰ মঞ্জুৰী লাভ কৰিছে |
Title | Size | Detail |
---|---|---|
pmagy-baselinesurvey.pdf | 317.29 KB | ![]() |
pmagyguidelines.pdf | 203.33 KB | ![]() |
pmagy-vdp.pdf | 140.16 KB | ![]() |