মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Welfare of Scheduled Castes and Backward Classes

এছ.চি. পৰিসীমিতলৈ অসম ৰাজ্যিক উন্নয়ন নিগমৰ সাফল্য

  • বিভিন্ন আঁচনি ৰূপায়নত যোৱা চাৰি বছৰত নিগমৰ সাফল্য তলত উল্লেখ কৰা ধৰণৰ:

    ২০১৩-১৪:- তলত উল্লেখ কৰা আঁচনিসমূহৰ অধীনত উক্ত বৰ্ষত নিগমে মুঠ ৪০৯৮ সংখ্যক অনুসূচীত জাতিৰ হিতাধিকাৰীক সাহাৰ্য্য প্ৰদান কৰে।

    পৰিয়াল কেন্দ্ৰীক আয় বৃদ্ধিৰ বেংকযোগ্য আঁচনিঃ ২০২৯ জন হিতাধিকাৰী
    পাৱাৰ টিলাৰঃ- ১৬৩ x ১২=১৯৫৬ জন হিতাধিকাৰী
    পিক আপ ভানঃ- ১১৩= ১১৩ জন হিতাধিকাৰী

    ২০১৪-১৫:- নিগমে সকলো মিলি ২৫১২ জন হিতাধিকাৰীক সাহাৰ্য্য তলত উল্লেখ কৰা ধৰণে প্ৰদান কৰিছে।

    ডিজেল পাম্প ছেটঃ
    ক) ৫৯২ x ১২ = ১৭৭৬ জন হিতাধিকাৰী,
    খ) চিলাই মেছিনঃ ৭৩৬ = ৭৩৬ জন হিতাধিকাৰী।

    ২০১৫-১৬:- এই বৰ্ষত নিগমলৈ কোনো পুঁজি আবণ্টন হোৱা নাই।

    ২০১৬-১৭:- এই বৰ্ষত নিগমে ২৬৭৯ জন হিতাধিকাৰীক তলত উল্লেখ কৰা আঁচনিৰ অধীনত সাহাৰ্য্য প্ৰদান কৰিছে।
    ক) ট্ৰেক্টৰঃ ১৫ x ৪২ = ৩০ জন হিতাধিকাৰী,
    খ) চাউলৰ মিলঃ ৬৫ x ১৫ = ৯৭৫ জন হিতাধিকাৰী,
    গ) মাছমৰীয়াৰ সৰঞ্জামঃ ২৮৫ = ২৮৫ জন হিতাধিকাৰী,
    ঘ) সঁজুলি কিট্ঃ ২৪৯ =২৪৯ জন হিতাধিকাৰী।

    Downloads
    এছ.চি. পৰিসীমিতলৈ অসম ৰাজ্যিক উন্নয়ন নিগমৰ সাফল্য
    TitleSizeDetail
    Achievement Report12.7 KBswf-image