মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Social Justice and Empowerment Directorate of Welfare of Scheduled Castes and Backward Classes

কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনিসমূহ

কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনিসমূহ অনুসূচীত জাতি কল্যাণ সঞ্চালকালয়, অসমৰ দ্বাৰা কাৰ্য্যকৰী কৰা হয়।

অসম অনুসূচীত জাতি কল্যাণ সঞ্চালকালয়ে ভাৰত চৰকাৰৰ কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আৰু কেন্দ্ৰীয় খণ্ডৰ আঁচনিসমূহৰ অধীনত অনুসূচীত জাতিৰ জনসাধাৰণৰ অৰ্থ-সামাজিক আৰু শৈক্ষিক উন্নয়নৰ বিভিন্ন কল্যাণসূলক আঁচনিসমূহ কাৰ্য্যকৰী কৰে।
এই সঞ্চালকালয়ে কাৰ্য্যকৰী কৰা আঁচনিসমূহ তলত উল্লেখ কৰা হল:

ক্ৰ. নং.

আঁচনিৰ নাম

ৰাজ্যিক অংশ

কেন্দ্ৰীয় অংশ

অত্যাচাৰ প্ৰতিৰোধী আইন, ১৯৮৯

৫০ শতাংশ

৫০ শতাংশ

যিসকল শিশুৰ অভিভাৱক অস্বচ্ছ বৃত্তিৰ লগত জড়িত তেওঁলোকক প্ৰাক-হাইস্কুল শিক্ষান্ত জলপানি দিয়া হয়

৫০ শতাংশ

৫০ শতাংশ

মেট্ৰিকোত্তৰ জলপানি

-

১০০ শতাংশ

চিকিত্সা বিজ্ঞান, অভিযান্ত্ৰিক ইত্যাদিৰ ছাত্ৰ-ছাত্ৰীলৈ কিতাপ বেংক

৫০ শতাংশ

৫০ শতাংশ

এচ.চি. পৰিসীমিতৰ বাবে এ.এছ.ডি.চি.লৈ মূলধন অৱদানৰ অংশ

৪৯ শতাংশ

৫১ শতাংশ

অনুসূচীত জাতিৰ ছাত্ৰাবাস নিৰ্মাণ

৫০ শতাংশ

৫০ শতাংশ

অনুসূচীত জাতিৰ ছাত্ৰীবাস নিৰ্মাণ

-

১০০ শতাংশ

সৰ্ম্মাজকসকলৰ পুনঃসংস্থাপনৰ বাবে আঁচনি

-    

১০০ শতাংশ

কোচিং/সম্বন্ধীয় আঁচনি

৫০ শতাংশ

৫০ শতাংশ

১০

অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ মেধা অনুসৰি উন্নয়ন

-

১০০ শতাংশ

 

সঞ্চালকালয়ে আঁচনিসমূহ কেন্দ্ৰীয়চৰকাৰে সময়ে সময়ে বান্ধি দিয়া নিয়মাৱলী অনুসাৰে কাৰ্য্যকৰী কৰিব লাগে।

পোষ্ট মেট্ৰিক জলপানি আঁচনি

কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনিৰ অধীনত অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীসকললৈ পোষ্ট মেট্ৰিক জলপানি আগবঢ়োৱা হয়, যি ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সাৱলীকৰণ মন্ত্ৰালয়ে ১০০ শতাংশ অংশীদাৰিত্ব প্ৰদান কৰে। পোষ্ট মেট্ৰিক জলপানিৰ ক্ষেত্ৰতো অনুসূচীত জাতিৰ শিক্ষাৰ্থীৰ মাচুল প্ৰি-মেট্ৰিক শিক্ষাৰ্থীলৈ যিসকলৰ অভিভাৱক অস্বচ্ছ পেছাৰ লগত জড়িত তেওঁলোকলৈ আগবঢ়োৱা জলপানিৰ ধনৰাশিৰ সৈতে একে ব্যৱস্থাৰে আগবঢ়োৱা হয়। জলপানিৰ ধন কোষাগাৰৰ পৰা ডি.ই.পি. নিয়মাৱলী আৰু বেংক ড্ৰাফ্টৰ দ্বাৰা আই.টি.ডি.পি.ৰ প্ৰকল্প সঞ্চালকলৈ পঠোৱা হয় যাতে বেংক খাতাৰ দ্বাৰা মাচুলবোৰ শিক্ষাৰ্থীক দিব পাৰে।জলপানিসমূহ যিবোৰ অনুসূচীত জাতিৰ শিক্ষাৰ্থীৰ অভিভাৱকৰ বছৰি আয় ২,০০,০০০ লাখ টকাতকৈ কম তেওঁলোকলৈ তলত দিয়া হাৰত ভাৰত চৰকাৰ পত্ৰ নং.১১০১৭/০১/২০০৮- SCD-v দিনাংক ৩১/১২/২০১২ৰ দ্বাৰা নিৰ্দ্দেশনা জাৰি কৰা মতে আগবঢ়োৱা হয়।

শিক্ষাৰ্থীৰ দল

প্ৰতি মাহে জলপানিৰ হাৰ(টকাৰ হিচাপত)

 

দিব্য জলপানি প্ৰাপক

ছাত্ৰ/ছাত্ৰী নিবাসী

দল ১

৫৫০.০০

১২০০.০০

দল ২

৫৩০.০০

৮২০.০০

দল ৩

৩০০.০০

৫৭০.০০

দল ৪

২৩০.০০

৩৮০.০০

 

যিসকল শিশুৰ অভিভাৱক অস্বচ্ছ বৃত্তিৰ লগত জড়িত তেওঁলোকলৈ প্ৰি-মেট্ৰিক জলপানি

এইয়া হৈছে এক কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনি যত ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ ৫০:৫০ অংশীদাৰিত্ব আছে। এই আঁচনিৰ অধীনত অস্বচ্ছ পেছাৰ সৈতে জড়িত অভিভাৱকৰ লৰা-ছোৱালীলৈ প্ৰি-মেট্ৰিক জলপানি প্ৰদান কৰা হয়। আঁচনিখনৰ লক্ষ্য হৈছে সমাজৰ আটাইতকৈ পিছপৰাসকলৰ শৈক্ষিক মানদণ্ড উন্নত কৰা।

জলপানিৰ মাচুল নিয়মিতভাৱে দিয়া হয়। ছাত্ৰ-ছাত্ৰীৰ তালিকাৰ সৈতে মহকুমা কল্যাণ কাৰ্য্যালয়ৰ পৰা প্ৰস্তাৱ লাভ কৰাৰ পাছত সঞ্চালকালয়ে ডি.এফ.পি. নিয়মাৱলী অনুসৰি অনুমোদন জনায়। আঁচনিৰ অধীনত অনুমোদিত বিল কোষাগাৰত দাখিল কৰা হয় যাতে অনুমোদিত ধনৰাশি মুকলাই দিয়ে আৰু সংশ্লিষ্ট মহকুমা কল্যাণ বিষয়াৰ নামত বেংক ড্ৰাফ্ট/বেংকাৰ চেক প্ৰস্তুত হয়। সঞ্চালকালয়ৰ নিজা বেংক খাতা নথকাৰ বাবে এই নিয়মেৰে যাব লগা হয়।

এইদৰে প্ৰস্তুত হোৱা বেংক ড্ৰাফ্ট বেংক খাতাৰ যোগেদি ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰাৰ নিৰ্দ্দেশাৱলীৰে মহকুমা কল্যাণ কাৰ্য্যালয়লৈ পঠোৱা হয়।

মাহিলী জলপানিৰ হাৰ:

শ্ৰেণী

দিবা জলপানি প্ৰাপক

ছাত্ৰ-ছাত্ৰী নিবাসী

১ম- ২য়

১১০.০০

-

৩য়-দ্বশম

১১০.০০

৭০০.০০

বাৰ্ষিক তদৰ্থ অনুদান(পি.এ.)

৭৫০.০০

১০০০.০০

বিত্তীয় বৰ্ষ

পুঁজিৰ আবণ্টন

মুঠ

ব্যয়

মুঠ

সাফল্য

মতামত

ৰাজ্যিক অংশ

কেন্দ্ৰীয় অংশ

ৰাজ্যিক অংশ

কেন্দ্ৰীয় অংশ

 

 

২০০৮-০৯

৪০.০০

৪০.০০

৮০.০০

 

 

৭৯.৬২

৭৬৭৮

 

২০০৯-১০

৫০.০০

৫০.০০

১০০.০০

৫০.০০

৪৪.৫১

৯৪.৫১

৫১৪৬

 

২০১০-১১

৫০.০০

৫০.০০

১০০.০০

৫০.০০

৪৯.৯৯

৯৯.৯৯

৫৪০৩

 

২০১১-১২

১০০.০০

১০০.০০

২০০.০০

 

 

 

 

 

 

জলপানিসমূহ কেৱল বেংক থাতাৰ জৰিয়তেহে প্ৰদান কৰা হয়।

বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনাৰ অধীনত আৱাস নিৰ্মাণ

  • বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনাৰ অধীনত অনুসূচীত জাতিৰ ছাত্ৰীৱাস নিৰ্মাণ
  • বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনাৰ অধীনত ছাত্ৰাৱাস নিৰ্মাণ

বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনাৰ অধীনত অনুসূচীত জাতিৰ ছাত্ৰীৱাস নিৰ্মাণ

এই আঁচনিয়ে ৰাজ্যৰ অনুসূচীত জাতিৰ ছোৱালী শিক্ষাৰ্থীলৈ ছাত্ৰীবাসৰ সুবিধা প্ৰদান কৰে। এইটো ১০০ শতাংশ কেন্দ্ৰীয় সাহাৰ্য্যৰে এটা কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনি। শিক্ষানুষ্ঠানে প্ৰতি অনুসূচীত জাতিৰ আৱাস নিৰ্মাণৰ খৰচ এনেধৰণৰ:

ক্ৰ. নং.

বৰ্ষ

আবণ্টন(লাখৰ হিচাপত)

ব্যয়(লাখৰ হিচাপত)

সাফল্য(আৱাসৰ সংখ্যা)

মতামত

২০০৮-০৯

-

৭০.১২

গুৱাহাটী বিশ্ববিদ্যালয়(কোকোৰাঝাৰ  কেম্পাচ)ৰ নিৰ্মাণ সম্পূৰ্ণ

২০০৯-১০

-

-

-

 

২০১০-১১

-

-

-

 

২০১১-১২

৩০০.০০

 

 

৫টা ছাত্ৰী নিবাসৰ নিৰ্মাণৰ বাবে ১৫০.০০ লাখ টকাৰ প্ৰস্তাৱ চৰকাৰৰ ওচৰত দাখিল

 

বাবু জগজীৱন ৰাম ছাত্ৰাৱাস যোজনাৰ অধীনত ছাত্ৰাৱাস নিৰ্মাণ

এই আঁচনিয়ে ৰাজ্যৰ অনুসূচীত জাতিৰ ছাত্ৰলৈ ছাত্ৰাবাসৰ সুবিধা প্ৰদান কৰে। এইটো ১০০ শতাংশ কেন্দ্ৰীয় সাহাৰ্য্যৰে এটা কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনি আৰু ইয়াক বাবু জগজীৱনৰাম ছাত্ৰাবাস যোজনা নামেৰে নামাকৰণ কৰা হৈছে। অনুসূচীত জাতিৰ আৱাস নিৰ্মাণৰ বাবে হোৱা ব্যয় তলত উল্লেখ কৰা ধৰণৰ:

ক্ৰ. নং.

বৰ্ষ

আবণ্টন(লাখৰ হিচাপত)

ব্যয়(লাখৰ হিচাপত)

সাফল্য(আৱাসৰ সংখ্যা)

মহাবিদ্যালয়ৰ নাম

অনুমোদিত ধনৰাশি(লাখৰ হিচাপত)

কেন্দ্ৰীয় অংশ

ৰাজ্যিক অংশ

২০০৮-০৯

১০০.০০

-

৪৬.২০

১. বি.বি.কে. মহাবিদ্যালয়, বৰপেটা

১৫.৮০

২. দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়, গোলাঘাট

১৫.২০

৩. মৰিগাওঁ মহাবিদ্যালয়

১৫.২০

২০০৯-১০

১৮০.০০

৪৬.২০

৩০.৯৭

৪(৩ খন চলন্ত, এখন নতুন)

১. বি.বি.কে. মহাবিদ্যালয়, বৰপেটা(৯০ শতাংশ সম্পূৰ্ণ)

১৫.৮০

২. দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়, গোলাঘাট(সম্পূৰ্ণ)

১৫.২০

৩. মৰিগাওঁ মহাবিদ্যালয়(সম্পূৰ্ণ)

১৫.২০

গুৱাহাটী বিশ্ববিদ্যালয়, জালুকবাৰী(৯০ শতাংশ সম্পূৰ্ণ)

৬৩.৫১৫

২০১০-১১

২০০.০০

৭৫.০০

৭৫.০০(আৰ.ডি.ত জমা ৰখা হৈছে)

১. চন্দ্ৰপুৰ মহাবিদ্যালয়, কামৰূপ মহানগৰ

৩৮.০০

২. গোসাইগাওঁ মহাবিদ্যালয়, গোসাইগাওঁ

৩৮.০০

৩. কামপুৰ মহাবিদ্যালয়, নগাওঁ

৩৮.০০

সৰ্বোদয় কনিষ্ঠ মহাবিদ্যালয়, যোৰহাট(নিবিদা আহ্বান)

৩৬.০০

২০১১-১২

৩৫০.০০

-

-

-

৪ টা ছাত্ৰাবাস নিৰ্মাণৰ বাবে চৰকাৰলৈ ২১৫.৭৪ লাখ টকাৰ প্ৰস্তাৱ পঠোৱা হৈছে।

 

 

অত্যাচাৰ প্ৰতিৰোধী আইন

ৰাজ্যত আঁচনিখন ১৯৯৫ বৰ্ষত আৰম্ভ কৰা হয়। ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত ৫০:৫০ অংশীদাৰিত্বৰে ই এক কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনি। এই আঁচনিখনৰ উদ্দেশ্য হৈছে অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ জনসাধাৰণৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে ৰক্ষণাবেক্ষণ দিয়া। কোনোধৰণৰ পুঁজি যোৱা তিনি বছৰত অনুমোদিত হোৱা নাই।

অনুসূচীত জাতিৰ জনসাধাৰণৰ নাগৰিক অধিকাৰ আইনৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত অসমৰ এক সুন্দৰ নথি লেখ্য আছে। ৰাজ্যখনত জাতি-বৰ্ণক লৈ বৈষম্যমূলক ঘটনা আৰু নাগৰিক অধিকাৰ খৰ্বৰ খুব কম ঘটনা দেখিবলৈ পোৱা যায়। অনুসূচীত জাতি/অনুসূচীত জনজাতিকলৈও ভিন্ন প্ৰকাৰৰ অত্যাচাৰৰ ঘটনা প্ৰায় নগন্য বুলিব পাৰি। ৰাজ্য চৰকাৰ অনুসূচীত জাতি-জনজাতিৰ কল্যাণক লৈ যথেষ্ঠ সচেতন আৰু সতৰ্ক আৰু সেইকাৰণে অসামৰিক আধিকাৰ আইনৰ ৰক্ষণাবেক্ষণ, ১৯৫৫ আৰু অনুসূচীত জাতি/অনুসূচীত জনজাতিৰ আত্যাচাৰ প্ৰতিৰোধী আইন, ১৯৮৯ ক ৰূপায়ন কৰাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা ধৰণেৰে যথাযথ ব্যৱস্থা গ্ৰহণ কৰি আহিছে-

  • মাননীয় মুখ্যমন্ত্ৰীৰ সভাপতিত্বত এখন ৰাজ্যিক পৰ্য্যায়ৰ ভিজিলেন্স আৰু পৰ্য্যবেক্ষণ কমিটি গঠন।
  • আৰক্ষী সঞ্চালক প্ৰধানৰ সভাপতিত্বত অনুসূচীত জাতি সুৰক্ষা কোষৰ গঠন।
  • জিলা আৰু মহকুমা পৰ্য্যায়ত আইনী সহায়ক কমিটি গঠন।
  • সংশ্লিষ্ট মন্ত্ৰীৰ সভাপতিত্বত ৰাজ্যিক পৰ্য্যায়ৰ উপদেষ্টা পৰিষদ গঠন।
  • মহকুমা পৰ্য্যায়ৰ অনুসূচীত জাতি উন্নয়ন বোৰ্ড।
  • আইনসমূহ নিয়মনিষ্ঠভাৱে ৰূপায়ন হৈছেনে নাই তাক নিৰীক্ষণৰ বাবে বিশেষ বিষয়া আৰু নোডাল বিষয়াৰ নিযুক্তি।

অনুসূচীত জাতিৰ যোগ্যতাৰ নবীকৰণ

১০০ শতাংশ কেন্দ্ৰীয় সাহাৰ্য্যৰে ই এক কেন্দ্ৰীয় আঁচনি।আঁচনিখনৰ লক্ষ্য হৈছে অসমৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানসমূহত বিশেষ পাঠদানৰ যোগেদি অনুসূচীত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ যোগ্যতাৰ মান উন্নত কৰা।

বিত্তীয় বৰ্ষ ২০০৮-০৯ৰ পৰা ২০১১-১২ৰ সময়ছোৱাত এই আঁচনিৰ আবণ্টন ব্যয় আৰু সাফল্য এনেধৰণৰ-:

ক্ৰ.নং.

বৰ্ষ

আবণ্টন(লাখৰ হিচাপত)

ব্যয়(লাখৰ হিচাপত)

সাফল্য(শিক্ষাৰ্থীৰ সংখ্যা)

মন্তব্য

২০০৮-০৯

৫০.০০

৩.৪৫

২৩

 

২০০৯-১০

৫০.০০

-

-

মঞ্জুৰী লাভ কৰা নাই

২০১০-১১

৫০.০০

১৩.৮০

৯২

 

২০১১-১২

৩.৪৫

-

-

মঞ্জুৰী লাভ. চিলিঙৰ বাবে পঠোৱা হৈছে

 

অনুসূচীত জাতিৰ বাবে প্ৰশিক্ষণ আৰু সংযুক্ত আঁচনি

বঞ্চিত গৃহ আৰু অসুবিধাজনক পৰিবেশৰ পৰা অহা অনুসূচীত জাতিৰ মানুহৰ বাবে সামাজিক আৰু অৰ্থনৈতিকভাৱে সুস্থিৰ পৰিবেশৰ পৰা অহা সকলৰ সৈতে প্ৰতিযোগিতা কৰাটো কঠিন। সেয়েহে সঞ্চালকালয়ে প্ৰশিক্ষণ আৰু সংযুক্ত আঁচনিৰ ৰূপায়নৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। এই আঁচনিৰ উদ্দেশ্য হৈছে বিভিন্ন পদ আৰু সেৱাত অনুসূচীত জাতিৰ প্ৰতিনিধিয়ে যাতে উন্নত প্ৰদৰ্শন আগবঢ়াব পাৰে তাৰ বাবে অনুসূচীত জাতিৰ প্ৰাৰ্থীক ইউ.পি.এছ.চি আৰু অসম লোক সেৱা আয়োগৰ পৰীক্ষা আৰু আন নিযুক্তি বিষয়ক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰাক-পৰীক্ষাৰ প্ৰশিক্ষণ দিয়া।

বিত্তীয় বৰ্ষ

আবণ্টিত পুঁজি

মুঠ

ব্যয়

মুঠ

সাফল্য

মন্তব্য

ৰাজ্যিক অংশ

কেন্দ্ৰীয় অংশ

ৰাজ্যিক অংশ

কেন্দ্ৰীয় অংশ

২০১০-১১

৫.০০

৫.০০

১০.০০

-

-

-

-

চৰকাৰলৈ প্ৰস্তাৱ পঠোৱা হৈছে কিন্তু মঞ্জুৰী লাভ কৰা নাই

২০১১-১২

১০.০০

১০.০০

১০.০০

 

 

 

 

 

 

প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰামীণ যোজনা

কেন্দ্ৰ আৰু ৰাজ্যৰ ৫০:৫০ ব্যয় ৰাশিৰ অংশীদাৰিত্বৰে অনুসূচীত জাতি অধ্যুষিত অঞ্চলৰ সংহত বিকাশৰ বাবে ই এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি। অসম চৰকাৰে ২০০৯-১০ বৰ্ষত আৰম্ভ হোৱা নতুন আঁচনি- প্ৰধান মন্ত্ৰী আদৰ্শ গ্ৰামীণ যোজনাৰ অধীনত সম পৰিমাণৰ অংশ আগবঢ়াই ১০০ খন আদৰ্শ গাওঁ প্ৰতিষ্ঠাৰ আশা কৰিছে। ১০১০.০০ লাখ টকাৰ আবণ্টনেৰে আঁচনিখন নগাওঁ আৰু মৰিগাওঁ জিলাত অগ্ৰণী প্ৰকল্প হিচাপে আৰম্ভ কৰা হৈছে। ভূমি জৰীপ আৰু গাওঁ পৰিকল্পনাৰ প্ৰকল্প ইতিমধ্যে সম্পন্ন হৈছে। ১০১০.০০ লাখ টকাৰ ৰাজ্যিক অংশৰ প্ৰস্তাৱ ২০১১-১২ বৰ্ষৰ বাজেট প্ৰস্তাৱত অন্তৰ্ভূক্ত কৰা হৈছে।

২০১০-১১ ৰ পৰা ২০১১-১২ বিত্তীয় বৰ্ষত এই আঁচনিৰ অধীনত আবণ্টিত ব্যয় আৰু সাফল্য এনেধৰণৰ-:

ক্ৰ. নং.

বৰ্ষ

আবণ্টন

মুঠ

ব্যয়

সাফল্য(গাঁৱৰ সংখ্যা)

মন্তব্য

ৰাজ্যিক অংশ

কেন্দ্ৰীয় অংশ

২০১০-১১

 

 

 

-

-

 

২০১১-১২

১০১০.০০

১০১০.০০

২০২০.০০

-

 

ৰাজ্যিক অংশৰ ৯৯৯.৭০ লাখ টকাৰ মঞ্জুৰী লাভ কৰিছে