বিভিন্ন আঁচনি ৰূপায়নত যোৱা চাৰি বছৰত নিগমৰ সাফল্য তলত উল্লেখ কৰা ধৰণৰ:
২০১৩-১৪:- তলত উল্লেখ কৰা আঁচনিসমূহৰ অধীনত উক্ত বৰ্ষত নিগমে মুঠ ৪০৯৮ সংখ্যক অনুসূচীত জাতিৰ হিতাধিকাৰীক সাহাৰ্য্য প্ৰদান কৰে।
পৰিয়াল কেন্দ্ৰীক আয় বৃদ্ধিৰ বেংকযোগ্য আঁচনিঃ ২০২৯ জন হিতাধিকাৰী
পাৱাৰ টিলাৰঃ- ১৬৩ x ১২=১৯৫৬ জন হিতাধিকাৰী
পিক আপ ভানঃ- ১১৩= ১১৩ জন হিতাধিকাৰী
২০১৪-১৫:- নিগমে সকলো মিলি ২৫১২ জন হিতাধিকাৰীক সাহাৰ্য্য তলত উল্লেখ কৰা ধৰণে প্ৰদান কৰিছে।
ডিজেল পাম্প ছেটঃ
ক) ৫৯২ x ১২ = ১৭৭৬ জন হিতাধিকাৰী,
খ) চিলাই মেছিনঃ ৭৩৬ = ৭৩৬ জন হিতাধিকাৰী।
২০১৫-১৬:- এই বৰ্ষত নিগমলৈ কোনো পুঁজি আবণ্টন হোৱা নাই।
২০১৬-১৭:- এই বৰ্ষত নিগমে ২৬৭৯ জন হিতাধিকাৰীক তলত উল্লেখ কৰা আঁচনিৰ অধীনত সাহাৰ্য্য প্ৰদান কৰিছে।
ক) ট্ৰেক্টৰঃ ১৫ x ৪২ = ৩০ জন হিতাধিকাৰী,
খ) চাউলৰ মিলঃ ৬৫ x ১৫ = ৯৭৫ জন হিতাধিকাৰী,
গ) মাছমৰীয়াৰ সৰঞ্জামঃ ২৮৫ = ২৮৫ জন হিতাধিকাৰী,
ঘ) সঁজুলি কিট্ঃ ২৪৯ =২৪৯ জন হিতাধিকাৰী।
Title | Size | Detail |
---|---|---|
Achievement Report | 12.7 KB | ![]() |